In the times when negativity is becoming a USP in the news business, Awaz -The Voice (awazthevoice.in) has been bringing out positive stories

Joined November 2021
9,082 Photos and videos
NEWS FEATURE || কাঁচৰ বটলৰ ভিতৰত কাঠৰ জাহাজ গঢ়ি অসম্ভৱক সম্ভৱ কৰিছে অঞ্জন বিশ্বাসে Read: assam.awazthevoice.in/youth-… #craftsman #bottleart #westbengal #anjanbiswas #debkishorechakraborty @Craftisiancom @craftman_darker @IndianCraftsman @BottleCraftSOT @AssamAwaz
1
1
10
NEWS FEATURE || নিজৰ পুত্ৰ সন্তানৰ ভৱিষ্যৎক লৈ ব্যতিক্ৰমী চিন্তা টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ Read: assam.awazthevoice.in/entert… #saniamirza #shoaibmalik #hifzequran #quran #cricket #tennis @realshoaibmalik @MirzaSania @TheNobleQuran @HifdhQuran @AssamAwaz
1
1
14
🔹ওড়িশাৰ কেন্দ্ৰুঝৰত বাৰিষাৰ অপৰূপ ৰূপ! 🔹গুন্ডিচা ঘাগী জলপ্ৰপাতৰ মনোমোহা নান্দনিক দৃশ্য! 🔹শেহতীয়া বৰষুণৰ বাবে পানীৰ সোঁত অতি প্ৰবল আৰু বিপদজনক হৈ পৰিছে #GundhichaGhagi #Kendujhar #OdishaTourism #MonsoonVibes #Waterfall #NatureLovers #TravelSafety #AssameseReels #AssameseNews
1
7
NEWS FEATURE || কাগজৰ নাৱেৰে বিশ্ব অভিলেখ গঢ়িলে কাশ্মীৰৰ জীয়ৰী ৰুতবা শ্বৌকতে Read: assam.awazthevoice.in/-news/… #rutbashowkat #kashmir #worldrecord #parvaaz #paperboat #womanofsubstance @RutbaShowkat @ChariSa_Project @JammuAnd @WorldRecordTF @WorldRecordPod @AssamAwaz
1
1
14
📌 সাৱধান! ৰে’লৱে ক্ৰছিঙত এনে ভুল কেতিয়াও নকৰিব। 📌 জীৱনতকৈ সময় কেতিয়াও মূল্যৱান হ'ব নোৱাৰে 📌 বৰেলীত বন্ধ ৰে’লৱে ক্ৰছিং পাৰ হ'বলৈ গৈ RPF জোৱানৰ ৰোষত পৰিল বাইক আৰোহী 📌 চাওক এই ভিডিঅ’ #Bareilly #UttarPradesh #RailwayCrossing #RPF #RoadSafety #ViralVideo #SafetyFirst #TrafficRules #IndianRailways #UPNews #AssameseNews #AssameseReels #NewsUpdate
1
1
13
🔶কৰ্ণাটকৰ KKRTC-ৰ এখন বাছত হেডলাইট কাম নকৰাৰ বাবে কণ্ডাক্টৰে মোবাইলৰ টৰ্চ জ্বলাই ড্ৰাইভাজনক ৰাস্তা দেখুৱাব লগা হয় 🔶সম্পূৰ্ণ অন্ধকাৰ ৰাস্তাত মোবাইলৰ পোহৰত বাছ চলোৱাৰ এই ভয়ংকৰ দৃশ্য কেমেৰাত ধৰা পৰাৰ পিছত ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে 🔶এই ঘটনাটো কালাবুৰাগী চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰৈৰ চিনচোলিলৈ যোৱা দিনটোৰ শেষৰখন বাছত সংঘটিত হৈছিল #Karnataka #Bus #Kalaburagi #Viralvideo
1
16
NEWS || ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ৩খন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Read more: assam.awazthevoice.in/india-… #PrimeMinisterNarendraModi #indonesia #australia #newzealandtravel
2
25
NEWS || অসম বিধানসভাত অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ সৈতে চৰকাৰী ভাষা হিচাপে যোগ হ’ব হিন্দী: অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস Read More: assam.awazthevoice.in/india-… #assam #AssamAssembly #assamese #English #bodo #hindi
17
NEWS || আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিবেশন Read More: assam.awazthevoice.in/india-… #AssamAssembly #assembly #budget #BudgetSession
1
8
NEWS || মুম্বাইত ধাৰাষাৰ বৰষুণৰ ফলত নিহত ৬, আহত ১ জন; সোমবাৰে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান Read More: assam.awazthevoice.in/india-… #mumbai #indian #rain #heavyrain #maharashtra
127
NEWS || ফিফা বিশ্বকাপ ২০২৬ ৰ যাত্ৰাৰ অন্ত পৰিল ৫ বাৰৰ চেম্পিয়ন ব্ৰাজিলৰ Read More: assam.awazthevoice.in/sport-… #FIFAWorldCup #brazil #norway #football
31
NEWS || ইংলিছ চেনেল জয় কৰি ইতিহাস ৰচিলে অসম কন্যা অংকিতা কোঁৱৰে Read: assam.awazthevoice.in/women-… #swimming #ankitakonwar #englishchannel #history #relayswimming #longdistanceswimming #seaswimming #milindsoman @SeaSwimmingClub @5Earthy @Englishchanne @ElvisHazarika @AssamAwaz
1
1
21
NEWS || বৰঝাৰ বিমানবন্দৰত শুনা গ'ল ‘অসমীয়া’ মাত Read More: assam.awazthevoice.in/india-… #Borjhar #india #assam #assameselanguage
1
1
21
NEWS || ৰাজ্যিক ডবা প্ৰতিযোগিতাৰ খিতাপ জয়ী যোৰহাটৰ দেলীশা আৰু সৃষ্টিৰ Read More: assam.awazthevoice.in/sport-… #chess #assam #𝐣𝐨𝐫𝐡𝐚𝐭 #chesschampionship
1
1
25
NEWS || ৩০০০ কবৰ খান্দি সাজু কৰিছে ইৰানে; খামেনেইৰ শেষ বিদায়ত গণমৃত্যুৰ আশংকা Read More: assam.awazthevoice.in/world-… #iran #KhameneiFuneral #imam #HugeGathering
1
1
28
NEWS || খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ মঞ্চৰ পৰা ট্ৰাম্পক হত্যা কৰাৰ আহ্বান: 'তেখেতক হত্যা কৰাটো আমাৰ কৰ্তব্য' Read More: assam.awazthevoice.in/world-… #Khamenei #iran #funeral #DonaldTrump
1
1
34
NEWS || ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় নকৰে ভূটানে Read More: assam.awazthevoice.in/world-… #petrol #EthanolBlending #india
1
1
15
NEWS FEATURE || ৰাণী খানমঃ সাহস, সাধনা আৰু অন্তৰ্ভুক্তি কলাৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা Read: assam.awazthevoice.in/-news/… #onikamaheshwari #ranikhanam #parvaaz #artㅤㅤㅤㅤ #indianrtandculture #dance #music #inclusiveart #indianicons @IndianAces @_IndianCulture @OnikaMaheshwari @AssamAwaz
1
1
17
NEWS FEATURE || অমৰনাথ যাত্ৰা ২০২৬: কাশ্মীৰত বিশ্বাস, সম্প্ৰীতি আৰু মানৱতাৰ জীৱন্ত গাঁথা Read: assam.awazthevoice.in/lifest… #jammuandkashmir #amarnathyatra #faith #harmony #humanity #kashmiris #indiantraditions @amarnathdham @amarnathjiyatra @BattaKashmiri @Kashmirheritage @AssamAwaz
1
1
12
NEWS FEATURE || টিউচনৰ ধনেৰে চুটি ছবি নিৰ্মাণ কৰি সমাজক ইতিবাচক বাৰ্তা দিয়া বাইহাটা চাৰিআলিৰ আমিনুল হক Read: assam.awazthevoice.in/youth-… #baihatachariAli #aminulhaque #tuitionfees #shortfilms #socialchange #socialmessage #assam @BaihataC89363 @district_kamrup @ShortFilmsIndia @AssamAwaz
1
1
30